বিত্তমন্ত্ৰী অজন্তা নেওগে আজি অসম বিধানসভাত বাজেট দাখিল কৰিব । বিয়লি প্ৰায় ৩ বজাত বিত্তমন্ত্ৰীগৰাকীয়ে সদনত দাখিল কৰিব এই বাজেট । এইখন ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়খন বাজেট হ’ব ৷

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন পূৰ্ণাংগ বাজেটক লৈ বৰ্তমান শাসক বিৰোধীৰ মাজত সৰৱ চৰ্চা চলিছে ৷ অসম বিধানসভাত দ্বিতীয়বাৰলৈ বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেট দাখিল কৰিব ।

বিজেপি দলৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি এই বাজেটত কেনেদৰে স্থান লাভ কৰে সিও চাবলগীয়া হ’ব ৷ অহা ১ এপ্ৰিললৈ অনুষ্ঠিত হ’ব বিধানসভাৰ বাজেট অধিৱেশন৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply