গুৱাহাটীঃ অসমৰ সংগীত জগতৰ আন এগৰাকী জনপ্ৰিয় গায়িকা বিজয়লক্ষ্মী দাসৰ মৃত্যু।

বহুতো জনপ্ৰিয় গীতত কণ্ঠদান কৰিছিল এই জনপ্ৰিয় শিল্পী গৰাকীয়ে।

“সৰু বোৱাৰী” নামৰ চিনেমাত সংগীত পৰিচালনা কৰিছিল।

পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল বিজয়লক্ষ্মী দাসে |

কণ্ঠশিল্পী গৰাকীৰ অকাল মৃত্যুত শোক প্ৰকাশ কৰিছে বহুগৰাকী শিল্পী আৰু গণমুগ্ধই ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply