Posted inদেশ-বিদেশ

বলীউডৰ জনপ্রিয় অভিনেতা অমিত মিস্ত্ৰীৰ মৃত্যু

নিউজ ডেস্কঃ পুনৰ বলীউদৰ আন এজন তাৰকাৰ মৃত্যু। হৃদৰোগত আক্ৰান্ত হৈ জনপ্রিয় অভিনেতা অমিত মিস্ত্ৰীৰ দেহাৱসান ঘটে। তেওঁৰ মেনেজাৰ মহৰ্ষি দেশাই এই বেয়া খবৰটো সকলোকে অৱগত কৰে। শুকুৰবাৰে পুৱা হঠাৎ অভিনেতাজনে বুকুত বিষ অনুভৱ কৰে। পৰিয়ালৰ লোকে হস্পিতাললৈ নিবলৈ যো-জা চলাইছিল যদিও হস্পিতাললৈ নিয়াৰ পূৰ্বেই মৃত্যু হয় তাৰকাগৰাকীৰ। আৰু পঢ়কঃ কভিড-১৯ত আক্ৰান্ত হৈ বলীউদৰ জনপ্ৰিয় সংগীত […]