Posted inঅসম

অখিল গগৈৰ জামিন ১৩ মাৰ্চলৈ বাহাল

নিউজ ডেস্কঃ উচ্চতম ন্যায়ালয়ে আজি বিধায়ক অখিল গগৈৰ আৱেদন পুনৰ শুনানি গ্ৰহণ কৰে। উচ্চতম ন্যায়ালয়ে পুনৰ অখিল গগৈক অহা ১৩ মাৰ্চ পৰ্যন্ত জানিম বাহাল ৰাখে। অখিল গগৈৰ অধিবক্তা হোজেফা এহমেদীৰ পিতৃৰ বিয়োগৰ বাবে আদালতত উপস্থিত থাকিব নোৱাৰিলে। সেয়েহে অধিভক্তাৰ আবেদনৰ ভিত্তিতেই উচ্চতম ন্যায়ালয়ে জামিন বাহাল ৰাখে। উল্লেখযোগ্য যে, নিয়াৰ আবেদনৰ ভিত্তিত অখিল গগৈৰ বিৰুদ্ধে পুনৰ […]