Posted inঅসম

গোৰেশ্বৰত মহাবীৰ চিলাৰায়ৰ ৫১২ সংখ্যক জন্মোৎসৱ উদযাপন

গোৰেশ্বৰঃ বেতনা মৌজা কোঁচ-ৰাজবংশী সন্মিলনী আৰু চিলাৰায় ভৱন নিৰ্মাণ সমিতিৰ উদ্যোগত গোৰেশ্বৰৰ বৰফুকনখাতত চিলাৰায় ভৱন প্ৰাঙ্গনত বিশ্ব মহাবীৰ চিলাৰায়ৰ ৫১২ সংখ্যক জন্মোৎসৱ আজি দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়।পুৱা ৯ বজাত সদৌ অসম কোঁচ-ৰাজবংশী সন্মিলনীৰ পতাকা উত্তোলন কৰে বেতনা মৌজা কোঁচ-ৰাজবংশী সন্মিলনীৰ সভাপতি জয়ৰাম দাসে। বৃক্ষৰোপন কৰে গোৰেশ্বৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া কৈলাশ ৰয়ে। ইয়াৰ […]