Posted inদেশ-বিদেশ

কা অবিহনেই চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা ধৰ্মীয় সংখ্যালঘু ভাৰতীয় কৰিবলৈ সাজু কেন্দ্ৰ

চুবুৰীয়া দেশৰ ধৰ্মীয় সংখ্যালঘুক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ বাবে তৎপৰ হৈছে কেন্দ্ৰীয় চৰকাৰ।২০০৯ চনত নাগৰিকত্ব আইন ১৯৫৫চনৰ অধীনত প্ৰস্তুত কৰা নিয়ম অনুসৰি কেন্দ্রই ৫ ৰাজ্যৰ ১৫জিলাত বসবাস কৰি থকা আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ ধৰ্মীয় সংখ্যালঘুক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব। এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এখন জাননী জাৰি কৰিছে।ইছলাম ধৰ্মৰ বাদে ৬ ধৰ্মৰ শৰনাৰ্থীয়ে কৰিব পাৰিব আবেদন।পাঁচ […]