Posted inদেশ-বিদেশ

ৰাজনীতিবিদক বদনাম কৰি বিপদত পৰিল ‘গুগল’! ৪কোটি টকাৰ ক্ষতিপূৰণ আদায় দিয়াৰ নিৰ্দেশ আদালতৰ

নিউজ ডেস্কঃ ইউটিউবত এজন জ্যেষ্ঠ ৰাজনীতিবিদৰ বিৰুদ্ধে ‘প্ৰচাৰ’ কৰা এটা ভিডিঅ’ৰ বাবে আদালতৰ ৰোষত পৰিল আমেৰিকান বহুজাতিক প্ৰযুক্তি কোম্পানী ‘গুগল’। জন বেৰেলাৰো (John Barilaro) নামৰ অষ্ট্ৰেলিয়াৰ ৰাজনীতিবিদজনৰ বিৰুদ্ধে প্ৰচাৰ কৰি ‘গুগলে’ তেওঁৰ ৰাজনৈতিক জীৱন নষ্ট কৰাৰ অপৰাধত অষ্ট্ৰেলিয়াৰ এখন আদালতে ‘গুগল’ক দোষী সাব্যস্ত কৰিছে। ইয়াৰ বাবে ‘গুগল’ক ভাৰতীয় মুদ্ৰাত চাৰি কোটি টকাৰ ক্ষতিপূৰণ আদায় দিয়াৰ নিৰ্দেশ […]