Posted inকলা-সংস্কৃতি/মনোৰঞ্জন

কেৰালা চলচ্চিত্ৰ মহোৎসৱৰ বাবে আমন্ত্ৰিত হ’ল অসমীয়া চিনেমা ‘বেলকনিত ভগৱান’

এই বৰ্ষত চৰ্চাত থকা মুঠ সাতখন ছবিৰ লগতেই দেশৰ সৰ্ববৃহৎ প্ৰতিযোগিতালৈ মনোনয়ন লাভ কৰিছে ‘বেলকনিত ভগৱান’ ছবিয়ে