Posted inদেশ-বিদেশ

ৰাজস্থানত দুৰ্ঘটনাত পতিত মিগ-২১ বিমান,নিহত উইং কামাণ্ডাৰ হৰচিত সিনহা

পুনৰ দুৰ্ঘটনাগ্ৰস্থ ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু বিমান। ৰাজস্থানৰ জয়ছালমীৰত শুকুৰবাৰে নিশা দুৰ্ঘটনাগ্রস্ত হয় বায়ুসেনাৰ এখন MiG-21 যুঁজাৰু বিমান। দুৰ্ঘটনাত বিমানখনৰ পাইলট উইং কমাণ্ডাৰ হৰছিট সিনহাৰ মৃত্যু। ভাৰতীয় বায়ুসেনাৰ কৰ্তৃপক্ষই প্রকাশ কৰা মতে নিশা প্রায় ৮:৩০ বজাত জয়ছালমীৰৰ ছেম আৰক্ষী থানাৰ অন্তৰ্গত ডেজাৰ্ট নেশ্যনেল পাৰ্কত প্রশিক্ষণৰ বাবে উৰা মৰাৰ কিছু সময় পিছতে দুৰ্ঘটনাগ্রস্ত হয় যুঁজাৰু বিমানখন। […]