Posted inদেশ-বিদেশ

দুই তামিল যুৱকৰ মৃত্যু, ভাৰত-ম্যানমাৰ সীমান্তত উত্তেজনা অব্যাহত; সান্ধ্যআইন জাৰি

নিউজ ডেস্ক: মঙলবাৰে ম্যানমাৰত দুজন ভাৰতীয় লোক নিহত হোৱাৰ পাছত মণিপুৰ চৰকাৰে আইন-শৃংখলা পৰিস্থিতি বজাই ৰখাৰ বাবে ম্যানমাৰৰ সীমান্তৱৰ্তী মণিপুৰৰ Tengnoupal জিলাৰ মোৰে চহৰলৈ অতিৰিক্ত নিৰাপত্তা বাহিনী প্ৰেৰণ কৰিছে। উল্লেখযোদ্য যে যোৱা বুধবাৰে ম্যানমাৰৰ তামুত দেশখনৰ সামৰিক জুন্টাৰ সমৰ্থিত Pyu Shaw Htee নামৰ সংগঠনটোৱে মোৰে চহৰৰ দুজন তামিল যুৱকক গুলীয়াই হত্যা কৰাৰ ঘটনা সংঘটিত হোৱাৰ পিছৰে […]