Posted inমুখ্যপৃষ্ঠা

NIAৰ ঘোষণাঃ মষ্ট ৱান্টেড ড’ন ডাউডৰ খবৰ দিলে পাব ২৫ লাখ টকাৰ পুৰষ্কাৰ

নিউজ ডেস্কঃ National Investigation Agency চমুকৈ এনআইএ-য়ে মষ্ট ৱান্টেড ড’ন ডাউড ইব্ৰাহিমৰ সন্দৰ্ভত কোনো ব্যক্তিয়ে তথ্য যোগান ধৰিলে ২৫ লাখ টকা পুৰষ্কাৰ দিব বুলি ঘোষণা কৰিছে। এই ঘোষণাৰ লগতে NIAয়ে ডাউডৰ এখন নতুন ফটোও শ্বেয়াৰ কৰিছে।  ইয়াৰোপৰি, NIAয়ে ডাউড ইব্ৰাহিমৰ দলৰে সন্ত্ৰাসবাদী চৌটা ছকিলৰ ওপৰতো ২০ লাখ টকা, অনিছ ইব্ৰাহিম আৰু জাবেদ ছিকনা আৰু টাইগাৰ […]