Posted inNews

NK Production ৰ নতুন অসমীয়া ছবি “দ্য শ্লেম বুক” ৰ ট্ৰেইলাৰ মুকলি

নিউজ ডেস্ক: অসমীয়া ছবি প্ৰেমীৰ এটা চিনাকি নাম এন্ কে প্ৰডাকচন। এই এন্ কে প্ৰডাকচন্ ৰে নতুন অসমীয়া ছবি “দ্য শ্লেম বুক” ৰ সোমবাৰে ট্ৰেইলাৰ মুকলি কৰি দিয়া হয়। নৱপ্ৰজন্মৰ একাংশ উদীয়মান অভিনেতা-অভিনেত্ৰীক লগত লৈ নিৰ্মিত ছবিখন ২০১৯ চনতেই সকলো দৃশ্য গ্ৰহণৰ কাম সম্পূৰ্ণ কৰা হৈছিল। কিন্তু কোভিড মহামাৰীৰ বাবে ছবিখনৰ মুকলি দিন পিছুৱাব লগীয়া […]