Posted inঅসম

মাছখোৱাৰ আই টি এ প্ৰকল্পত অনুষ্ঠিত হ’ব ‘উত্তৰ-পূব আন্তঃৰাষ্ট্ৰীয় ফেশ্বন সপ্তাহ’২০২১

গুৱাহাটীঃ গুৱাহাটীৰ মাছখোৱাৰ আই টি এ প্ৰকল্পত অনুষ্ঠিত হ’ব ‘উত্তৰ-পূব আন্তঃৰাষ্ট্ৰীয় ফেশ্বন সপ্তাহ’২০২১। দুদিনীয়া কাৰ্যসূচীৰে অহা ২৩ আৰু ২৪ এপ্ৰিলত অনুষ্ঠিত হ’ব উত্তৰ-পূবৰ বহু প্ৰতীক্ষিত ফেশ্বন শ্ব’ খনি। উত্তৰ-পূবৰ বাৰেৰহণীয়া হস্ততাঁত আৰু হস্তশিল্পৰ প্ৰচাৰ কৰাই হৈছে এই অনুষ্ঠানৰ মূল উদ্দেশ্য। এইবাৰো অনুষ্ঠানত দেশী-বিদেশী বহুকেইগৰাকী ফেশ্বন ডিজাইনাৰে তেওঁলোকৰ সৃষ্টিশীলতা প্ৰদৰ্শন কৰিব। আৰু পঢ়কঃ টেংগাম চেলিন কয়ুৰ […]