Posted inঅসম

১৪ বছৰীয়া ৰিয়না বৰুৱাৰ কবিতা পুথি ‘WHITE’ উন্মোচন

আজিৰ এই যান্ত্ৰিকতাৰ সময়ত   যুৱ চামৰ বিভিন্ন সমস্যা যেন কেতিয়াও ওৰ নপৰে। সদায় যেন তেওঁলোকৰ বাবে প্ৰয়োজন হয় এক ধনাত্মক চিন্তাধাৰাৰ আলোচনা। তাৰেই ধনাত্মক চিন্তাধাৰাৰে গুৱাহাটীৰ এগৰাকী ১৪ বছৰীয়া শিশুয়ে ৰিয়না বৰুৱাই লিখি উলিয়াইছে নতুন প্ৰজন্মক অনুপ্ৰেৰণা দিবলৈ এখন WHITE নামৰ কবিতা পুথি। WHITE কবিতাপুথিখনত বিশেষকৈ বৰ্তমানৰ যুৱ প্ৰজন্মই সন্মুখীন হোৱা বিভান্ন সমস্যা যেনে ভয়, […]