Posted inঅসম

বিধ্বস্ত শুৱালকুছিৰ বস্ত্ৰশিল্প, মূৰে কপালে হাত ব্যৱসায়ীৰ

দেশ ৰাজ্যত দেখা দিয়া মহামাৰীসদৃশ কোৰোনা ভাইৰাছৰ দ্বিতীয় লহৰে ঐতিহ্যমন্ডিত শুৱালকুছিৰ পাট-মুগাৰ বস্ত্ৰশিল্প প্ৰায় বিধস্ত কৰিছে | যোৱা বছৰৰ লকডাউনে বাৰুকৈয়ে কোঙা কৰি পেলোৱাৰ পিছত এইবাৰ আকৌ দ্বিতীয় লহৰে শিল্পটিক ধ্বংসৰ দিশলৈ লৈ গৈছে |শুৱালকুছিৰ পাট-মুগা আৰু টচ কাপোৰৰ ব্যৱসায়ৰ চিজনটো আৰম্ভ হয় বহাগ মাহৰ পৰা | বিশেষকৈ বিৱাহক লৈয়েই শুৱালকুছিৰ বস্ত্ৰ শিল্পৰ ব্যবসায় | […]