Posted inদেশ-বিদেশ

মহাত্মা গান্ধীৰ শেষৰজন ব্যক্তিগত সচিব ভি কল্যাণমৰ দেহাৱসান

নিউজ ডেস্কঃ জাতিৰ পিতা মহাত্মা গান্ধীৰ অন্তিমজন ব্যক্তিগত সচিব ভি কল্যাণমৰ দেহাৱসান। বার্ধক্যজনিত স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ বাবে চেন্নাইত মৃত্যু হয় ভি কল্যাণমৰ। মঙলবাৰে আবেলি ৩বাজি৩০মিনিটত চেন্নাইৰ পাদুৰত থকা তেওঁৰ কন্য়াৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। ভি কল্যাণমৰ অন্তিম সংস্কাৰ ৫ মে’ৰ নিশা ১বাজি৩০মিনিটত বসন্ত নগৰ সম্পন্ন কৰা হ’ব বুলি পৰিয়ালৰ লোকে জনাইছে। কল্যাণমৰ জন্ম ১৯২২ চনৰ […]