ছয়গাৱত চুৰি বাইক সহ দুজন আটক Credit: ইষ্ট ম'জ'

ছয়গাঁও- ছয়গাঁও আৰক্ষীয়ে শণিবাৰে দুপৰীয়া এখন চুৰি মটৰ চাইকেলসহ দুজন লোকক আটক কৰে।আৰক্ষীয়ে জানিবলৈ দিয়া মতে শনিবাৰে দুপৰীয়া ছয়গাঁও আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিয‍ান চলাই ছয়গাঁৱৰ ঔগুৰি পথত এখন চুৰি নম্বৰপ্লেট বিহীন পালছাৰ মটৰ চাইকেল জব্দ কৰে ৷

আৰক্ষীৰ দলটোৱে লগতে দুজন লোককো আটক কৰে । আটক কৰা লোক দুজন হ’ল বকো শাখাতিৰ নিতুল বড়ো আৰু কুমুম বড়ো । আৰক্ষীয়ে দুয়োকে ছয়গাঁও থানাত জেৰা অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply