কপিলী নৈত জাপ দি নৱ বিবাহিতা বোৱাৰীৰ আত্মহত্যা

কামপুৰ: বুধবাৰে নিশা জাগীৰোডৰ ধৰমতুলত অঘটন ।

উত্তৰ ধৰমতুলৰ পুৰণা লোহাৰ দলঙৰ পৰা কপিলী নৈত জাপ দি নৱ বিবাহিতা বোৱাৰীৰ আত্মহত্যা ।

সম্প্ৰতি ঘটনাস্থলিত এচ ডি আৰ এফৰ দলে অভিযান অব্যাহত ৰাখিছে ।

আত্মজাহ দিয়া বোৱাৰী গৰাকীৰ নাম উৰ্মিলা বৰদলৈ বুলি জানিব পৰা গৈছে ।

চাৰিমাহ পূৰ্বে বিক্ৰম ৰংহাং নামৰ যুৱকৰ সৈতে বিয়া হৈছিল উৰ্মিলা বৰদলৈ।

স্থানীয় বিহুবৰী কলবাৰীৰ স্বামী বিক্ৰম ৰংহাঙক আৰক্ষীয়ে আটক কৰি তদন্ত আৰম্ভ কৰিছে। স্থানীয় ৰাইজে অভিযুক্ত গৰাকীক কঠোৰ শাস্তি বিহিবৰ বাবে দাবী জনাইছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply