নিউজ ডেস্কঃ নিশা গুৱাহাটীৰ গণেশগুৰিৰ উৰণীয়া সেতুৰ ওপৰত ভয়ংকৰ দুৰ্ঘটনা।

তীব্ৰবেগী বাইকে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে ট্ৰাকত।

দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী।

দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ এ এছ ০১ এফ এ ৫৮১০।

আনজন বাইক আৰোহী সংকটজনক অৱস্থাত জি এম চি এইচত চিকিৎসাধীন হৈ আছে।

এম্বুলেন্স,আৰক্ষীক খবৰ দিয়াৰ পিছতো ঘটনাস্থলীত পলমকৈ উপস্থিত হোৱাৰ অভিযোগ ৰাইজৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply