Posted inঅসম

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নতুন সচিব নিযুক্তি

গুৱাহাটীঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নতুন সচিব নিযুক্তি। জ্যেষ্ঠ আইএএছ বিষয়া ঘনশ্যাম দাসক সচিব হিচাপে নিযুক্তি দিয়া হৈছে। ঘনশ্যাম দাস পূৰ্বতে আছিল কৃষি বিভাগৰ সচিব। আৰু পঢ়কঃবোকাখাতৰ নুমলীগড় চাহ বাগিচা কন্টেইনমেণ্ট জ’ন ঘোষণা আনহাতে তিনিচুকীয়া জিলা উন্নয়ন আয়ুক্ত হৈ থকা অসম অসামৰিক সেৱাৰ বিষয়া সীমান্ত কুমাৰ দাসক মুখ্যমন্ত্ৰীৰ যুটীয়া সচিব হিচাপে নিযুক্তি দিয়া হৈছে। শুকুৰবাৰে […]