Posted inদেশ-বিদেশ

Viral: অনাথ শিশুক বিনামূলীয়া কেক বিতৰণ কৰা এখন বিশেষ বেকাৰী

নিউজ ডেস্কঃ দোকানখনত প্ৰৱেশ কৰাৰ লগে লগে এখন বিশেষ জাননীত চকু পৰে গ্ৰাহকৰ। জাননীখন দেখাৰ লগে লগে সকলোৰে এবাৰলৈ হ’লেও দোকানীজনৰ প্ৰতি শ্ৰদ্ধা জাগি উঠিব। ব্যস্ত পৃথিৱীখনত বৰ্তমানেও এনেকুৱা লোক আছে যিয়ে অনাথ শিশুসকলৰ উন্নতিৰ বাবে, দুমুঠি খাদ্য যোগান ধৰাৰ বাবে তথা তেওঁলোকৰ শিক্ষাৰ বাবে নিৰন্তৰ ভাৱে কাম কৰি আছে। ছ’চিয়েল মিডিয়াত এনে এখন ফটো […]