Posted inদেশ-বিদেশ

ডিমাপুৰত আৰক্ষীৰ দ্বাৰা ছাত্ৰ-ছাত্ৰী ওপৰত লাঠী চালনা

নাগালেণ্ড মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অফলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ নাগালেণ্ড বিশ্ববিদ্যালয়ৰ সিদ্ধান্তৰ বিৰুদ্ধে চলাই থকা প্ৰতিবাদৰ আজি দ্বিতীয় দিন। ছাত্ৰ-ছাত্ৰী সকলে ইয়াৰ প্ৰতিবাদত ৰাজপথত সমদল উলিয়াই । ডিমাপুৰ আৰক্ষীয়ে প্ৰতিবাদ কাৰী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত লাঠীচালনা কৰাত পৰিস্থিতি উৎতেজিত হৈ পৰে। আৰক্ষীয়ে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলক অভিযুক্তৰ দৰে ব্যবহাৰ কৰা আৰু কোনো আগতীয়াকৈ নজনোৱাকৈ লঠিচালনা আৰম্ভ কৰা কাৰ্যত অভিভাৱক সকলেও […]