Posted inদেশ-বিদেশ

তৃতীয় দিনাও বৃদ্ধি পালে পেট্ৰল’- ডিজেলৰ মূল্য

নিউজ ডেস্কঃ বিধানসভাৰ নিৰ্বাচনৰ অন্ত পৰাৰ লগে লগে দেশত মুদ্ৰাস্ফীতি প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিছে। বৃহস্পতিবাৰে দেশত ৰাজ্যিক মালিকানাধীন তেল কোম্পানীসমূহে একেৰাহে তৃতীয়বাৰৰ বাবে পেট্ৰল’- ডিজেলৰ মূল্য বৃদ্ধি কৰিছে। পুনৰ প্ৰতি লিটাৰ পেট্ৰলৰ ২৫ পইচা আৰু ডিজেলৰ ৩০ পইচাকৈ মূল্য বৃদ্ধি কৰা হৈছে। বুধবাৰৰ দিনটোত পুনৰ পেট্ৰ’লৰ মূল্য ১৭ পইচা আৰু ডিজেলৰ মূল্য ১৯ পইচাৰ পৰা […]