Posted inঅসম

গ্ৰাহকক মাধমাৰ শোধাই দেশত পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য

নিউজ ডেস্ক : সাধাৰণ গ্ৰাহকৰ মূৰত মাধমাৰ শোধাই পুনৰ বৃদ্ধি কৰা হৈছে ৰন্ধন গেছৰ মূল্য। বুধবাৰে মহালয়াৰ দিনটোতে ৰাজসাহায্যবিহীন এল পি জি চিলিণ্ডাৰৰ মূল্য ১৫ টকাকৈ বৃদ্ধি কৰা হয়। সেই অনুসৰি আজিৰ পৰা ১৪.২ কিলোগ্ৰামৰ ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য গুৱাহাটীত ৯৪৯.৫০ টকালৈ বৃদ্ধি পায়। আনহাতে, দিল্লী, মুম্বাইকে ধৰি দেশৰএকাংশ চহৰত এল পি জি […]