Posted inঅসম

আজি ৰাষ্ট্ৰীয় আম দিৱস : ফলৰ ৰজাৰ এই গুণ কেইটাৰ কথা আপুনি জানেনে?

নিউজ ডেস্ক : আম ভাল নোপোৱা মানুহ পৃথিৱীত হয়তো এজনো নোলাব। তাতে এই গমৰ বতৰত আম নোখোৱাকৈ থকাৰ থকাৰ কথা জানো ভাবিব পাৰি? জ্যুচৰ পৰা আৰম্ভ কৰি চালাড, আচাৰ, চাটনি, আইচক্ৰীম আদি না না ধৰণেৰে আমি খাই ভাল পাঁও। প্ৰতি বছৰে ২২ জুলাইৰ দিনটো আমি ৰাষ্ট্ৰীয় আম দিৱস হিচাপে পালন কৰো। আহক আজিৰ এই দিনটোতে […]