Posted inঅসম

মাজুলীৰ মিনি সচিবালয়ৰ নিৰ্মাণৰত অৱস্থাতে দেৱালত মেলিছে বৃহৎ ফাট

মাজুলীঃ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্পত চলিছে ভয়ংকৰ দুৰ্নীতি। জিলা উপায়ুক্ত কাৰ্যালয়ৰ নিচেই সমীপতে প্ৰশাসনৰ পৰ্যবেক্ষণ অবিহনে ঠিকাদাৰে চলাই গৈছে আসোঁৱাহপূৰ্ণ কাম। মাজুলীত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সমষ্টিত চলিছে এই দুৰ্নীতি। ঠিকাদাৰ মুন্না আহমেদ লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। লোকনিৰ্মাণ বিভাগৰ অধীনত চলা প্ৰকল্পটোৰ দুৰ্নীতিত বহু বিষয়া-কৰ্মচাৰী জড়িত থকাৰো সন্দেহ স্পষ্ট হৈ পৰিছে। ২০১৯ চনৰ অক্টোবৰ মাহতে সম্পূৰ্ণ […]