Posted inঅসম

ডিফুত বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য বিনষ্ট

ডিফুঃ শনিবাৰে কাৰ্বি আংলং জিলাৰ ডিফুত বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য বিনষ্ট কৰা হয়। অসম আৰক্ষীয়ে ডিফুত অনুষ্ঠিত কৰা এক ড্ৰাগছ বিনষ্ট অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। বিভিন্ন প্ৰকাৰৰ নিচাজাতীয় দ্ৰব্যত নিজ হাতেৰে অগ্নিসংযোগ কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে অসমত নিচাজাতীয় দ্ৰব্য সৰবৰাহৰ পথৰ লগতে সেৱন সম্পূৰ্ণৰূপে বন্ধ নোহোৱা […]