Posted inঅসম

পুনৰ ৰাজপথলৈ ওলাব নেকি অপ্ৰাদেশীকৃত শিক্ষক?

নিউজ ডেস্কঃ অসমৰ অপ্ৰাদেশীকৃত শিক্ষকসকল পুনৰ প্ৰাদেশীকৰণ কৰাৰ দাবীৰে ৰাজপথত প্ৰতিবাদ কৰিবলৈ সাজু হৈছে। সদৌ অসম অপ্ৰাদেশীকৃত শিক্ষক সংস্থাই গুৱাহাটী প্ৰেছ ক্লাবত বুধবাৰে সংবাদ মেল সম্বোধন কৰি কয় যে, অহা পাঁচদিনৰ ভিতৰত ৰাজ্য চৰকাৰখনে যদি অপ্ৰাদেশীকৃত শিক্ষকসকলৰ বাবে কোনো সমস্যা সমাধানৰ বাবে ব্যৱস্থা নলয় তেনেহ’লে পুনৰ ৰাজপথত প্ৰতিবাদ কৰা হ’ব বুলি জনাই।  পাঁচদিনৰ ভিতৰত চৰকাৰখনে […]