Posted inNews

শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ ২৮ তম মৃত্যু বাৰ্ষিকীত সশ্ৰদ্ধ প্ৰণাম

‘কোনোবাই যদি ভাবিছে বন্দুক বায়োনেট বা শাৰীৰিক অত্যাচাৰৰ ভয়ত আমি কলম নমাই থ’ম, তেনেহ’লে তেওঁ মূৰ্খৰ স্বৰ্গত বাস কৰিছে” ~পৰাগ কুমাৰ দাস সাংবাদিক পৰাগ কুমাৰ দাসৰ আজি ২৮ তম মৃত্যু বাৰ্ষিকী। ১৯৯৬ চনৰ ১৭ মে’ত গুৱাহাটীৰ ৰাজগড়ত দুৰ্বৃত্বৰ গুলীত নিহত হৈছিল সাংবাদিক পৰাগ কুমাৰ দাস। ‘বুধবাৰ’ সাপ্তাহিক কাকতখনৰ জৰিয়তে অসমৰ সাংবাদিকতাত জাতীয়তাবাদৰ নতুন দৃষ্টিভংগীৰ উন্মেষ […]