Posted inNews

যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তক পদোন্নতি

অসম আৰক্ষীত বৃহৎ সালসলনি। গুৱাহাটী আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তক পদোন্নতি কৰি প্ৰশাসনৰ উপ আৰক্ষী মহাপৰিদৰ্শক (ডিআইজি) হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে। পূৰ্বে মহানগৰৰ যুটীয়া আৰক্ষী আয়ুক্ত আছিল পাৰ্থ সাৰথি মহন্ত। পৰৱৰ্তী নিৰ্দেশলৈকে মহন্তই ডিআইজি (এডমিন) হিচাপে কাৰ্যনিৰ্বাহ কৰিব লাগিব। তেওঁক গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্তৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে। পূৰ্বে মহানগৰৰ যুটীয়া […]