Posted inঅসম

সান্ধ্য আইন আৰু এচঅ’পিৰ বাবে কাল অমানিশা নামি আহিছে গোৰেশ্বৰৰ এটি দুৰ্ভগীয়া পৰিয়াললৈ

গোৰেশ্বৰঃ সান্ধ্য আইন আৰু চৰকাৰে জাৰি কৰা এচঅ’পিৰ বাবে ঘোৰ  অমানিশা নামি আহিছে গোৰেশ্বৰৰ এটি দুৰ্ভগীয়া পৰিয়াললৈ। বাক্সাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বেতনা মৌজাৰ কাড়িপাৰা গাওঁৰ  অমুল্য কুমাৰ নামৰ ব্যক্তিজনৰ  এই ঘৰখনত এতিয়া চৌকা নজ্বলা অৱস্থা হৈছে।  ৰুগীয়া  অমুল্য কুমাৰ আৰু পূৱলী কুমাৰক পূবলী কুমাৰৰ বিশেষভাৱে সক্ষম এগৰাকী অবিবাহিত ভনীয়েক যামিনী কুমাৰে  ভিক্ষা মাগিপোহপাল দি […]