Posted inNews

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অধীনত পুনৰ নতুন ৰূপত DEMU ৰেলগাড়ী মুকলি

নিউজ ডেস্ক: উত্তৰ পূব সীমান্ত ৰেলৱেৰ অধীনত সেৱা আগবঢ়ায় থকা DEMU ৰেলগাড়ী নতুন ৰূপত আগতকৈ অধিক চলাচলৰ পৰিমাণ বৃদ্ধি কৰি আজিৰ পৰা পুনৰ মুকলি কৰা হয়। উল্লেখযোগ্য যে এতিয়াৰ পৰা DEMU train খনে সৰ্বমুঠ ২২টা ষ্টেচন অতিক্ৰম কৰি মূৰ্কংচেলেকলৈকে যাত্ৰা কৰিব প্ৰায় ৩ঘণ্টা সময়ৰ ব্যৱধানত। পূৱা ৯-৪০ বজাত ডিব্ৰুগড়ৰ পৰা যাত্ৰা আৰম্ভ কৰিব। DEMU ৰেলগাড়ী […]