Posted inঅসম

স্কুটি চালকে চোচৰাই নিলে যানবাহন নিয়ন্ত্ৰণ শাখাৰ সহকাৰী উপ পৰিদৰ্শকক

নগাওঁঃ নগাঁও ৰাজপথত চাঞ্চল্যকৰ ঘটনা ৷ স্কুটি চালকে চোচৰাই নিলে যানবাহন নিয়ন্ত্ৰণ শাখাৰ সহকাৰী উপ পৰিদৰ্শকক। নগাঁও মহাবিদ্যালয় চ’কত সংঘটিত হৈছে এই ঘটনা। যানবাহন আইন অমান্য কৰা চালকৰ বিৰুদ্ধে অভিযান চলাই আছিল নগাঁও ট্ৰেফিকে ৷ তেনে সময়তে হেলমেট পৰিধান নকৰাকৈ AS 02L 1023 নম্বৰৰ স্কুটি এখনত অহা দুই যুৱকক ৰখিবলৈ নিৰ্দেশ দিয়ে ট্ৰেফিকে ৷ কিন্তু […]