গণৰাজ্য দিৱসত অসমৰ প্ৰতীকপট

নিউজডেক্স:-আগন্তুক গণৰাজ্য দিৱসত এইবাৰ অসমৰ প্ৰতীকপট হ’ব অসমৰ চাহ বাগিচা | দিল্লীৰ ৰাজপথত হ’বলগা পেৰেডত অসমৰ প্রতীকপট হিচাবে অংশ ল’ব অসমৰ চাহ বাগিছাই |

ইয়াৰ লগতে অসমৰ চাহ উদ্যোগ আৰু ইয়াৰ লগত জড়িত বিষয়সমূহ প্ৰতীকপটত উপস্থাপন কৰা হ’ব। দেশৰ ভিতৰতে অসমৰ চাহে বিশেষ ভাবে গুৰুত্ব লাভ কৰাৰ লগতে আন্তৰাষ্ট্ৰীয় মঞ্চতো বিশেশ সমাদৰ লাভ কৰিছে | ক’ভিড -১৯ ৰ সময়ত ৰাজ্য চাহ উদ্যোগে সমস্যাৰ সন্মুখীণ হোৱাৰ মাজতো আন্তৰাষ্ট্ৰীয় ক্ষেত্ৰত বিশেষ গুৰুত্ব লাভ কৰাৰ তথ্য প্ৰকাশ হৈছিল |

উল্লেখ্য যে, এইবাৰৰ গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ জনোৱা হৈছে বিট্টেইনৰ প্ৰধানমন্ত্ৰী বৰিচ জনচনক |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply