সোণাৰিঃ বুধবাৰে আবেলি অহা এজাক ধুমুহাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সাপেখাতীতো বহু পৰিমাণে ক্ষতিসাধন হয়।
সাপেখাতীৰ বাৰেগাওঁ, বালিখেটীয়া , টাইৰাই মাজ গাওঁ আদি অঞ্চলত বিস্তৰ ক্ষতি সাধন কৰে বিধ্বংসী ধুমুহাজাকে ৷
সাপেখাতীৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত সাপেখাতী চাৰিআলি মজলীয়া বিদ্যালয়কে ধৰি বহু ব্যৱসায় প্ৰতিষ্ঠান লগতে প্ৰায় শতাধিক পৰিয়ালৰ গৃহৰ অনিষ্ট সাধন কৰে এই বিধ্বংসী ধুমুহাজাকে।
ধুমুহাৰ ফলত কেইবাজনো লোকৰ ব্ৰইলাৰ ফাৰ্ম ভাঙি পেলোৱাৰ লগতে গছ-গছনিও তচনচ কৰি থৈ যায় ধুমুহাজাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply