গোগামুখঃ অসমৰ এগৰাকী উদীয়মান কন্ঠ শিল্পী ডিম্পল পূণ্যই বিভিন্ন সময়ত কন্ঠদান কৰি ৰাইজৰ মৰম আৰু আৰ্শীবাদ বুটলিবলৈ সক্ষম হৈছিল। কিন্তু লকডাউন বাবে দুটা বছৰে কাম কাজ আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট সমস্যা সন্মুখীন হ’ব লগা হৈছিল।

উল্লেখ্য যে সকলো সমস্যা নেওচি উদিয়মান কন্ঠ শিল্পী গৰাকী য়ে উজনি অসমৰ আগশাৰীৰ গীত বাণীবদ্ধ ষ্টুডিঅ’ গোগামুখ স্থিত “অৱটিক ” ষ্টুডিঅ’ত কন্ঠ শিল্পী ডিম্পল পূণ্যই নিজা কন্ঠ আৰু অভিনয়ৰে “হিয়া” নামেৰে এটি ৰোমান্তিক ভিডিঅ’গীত মুকলি কৰে।

লগতে পঢ়কঃসোণাৰিৰ প্ৰাচুৰ্য্যৰ ব্যতিক্ৰমী ভাবে জন্মদিন উদযাপন

গীত টোত সহযোগী কন্ঠ শিল্পী হিচাপে কন্ঠদান কৰে অসম ৰ জনপ্ৰিয় কন্ঠশিল্পী নিলাক্ষি নেওগ। উক্ত অনুষ্ঠানট উপস্থিতি থাকে গ্ৰাফিক ডিজাইনাৰ জোনাক যুগান্ত বৰা, কন্ঠশিল্পী উৎপল চুতীয়া,বিজু গগৈ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply