কাৰ্বি আংলংঃ কাৰ্বি সাহিত্য সভাৰ সভাপতি সিদ্ধিনাথ ৰংপিৰ আকস্মিক মৃত্যু।

প্ৰেছাৰ ষ্ট্ৰক হৈ পুৱা DMCHত মৃত্যু ঘটে সাহিত্যিক গৰাকীৰ।

লগতে পঢ়কঃছয়গাঁৱত মাটিৰ দালাল গাঁওবুঢ়াক গ্ৰেপ্তাৰ

সাহিত্যৰ লগতে সুদীৰ্ঘ বছৰ ধৰি ৰাজনীতিৰ সৈতেও জড়িত আছিল ৰংপি।

তেওঁৰ আকস্মিক মৃত্যুত ডিফুৰ লগতে সমগ্ৰ জিলাখনত শোকৰ ছাঁ পৰিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply