নিলয় দত্তৰ দেহাৱসান

অসমৰ এগৰাকী বিশিষ্ট অধিবক্তা নিলয় দত্তৰ দেহাৱসান। কৰ্ণাটকত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে প্ৰখ্যাত অধিবক্তাজনে। দেওবাৰে পুৱতিনিশা ২.৩০ বজাত ঘটে এই ঘটনা। শণিবাৰে ৪৩ বছৰীয়া বিবাহ বাৰ্ষিকী উদযাপনৰ পিছতেই ঘটে এই দুখজনক ঘটনা।

তেখেত মৃত্যুৰ সময়ত অৰুণাচল প্ৰদেশৰ মহাধিবক্তা আছিল। পূৰ্বে তেখেত অসম ক্ৰিকেট সন্থাৰ সভাপতি আছিল। তদুপৰি, তেওঁ এগৰাকী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট আম্পায়াৰ আছিল।

জ্যেষ্ঠ অধিবক্তা নিলয় দত্তৰ মৃত্যু৷ ৪৬ সংখ্যক বিবাহ বাৰ্ষিকী উদযাপনৰ বাবে পৰিয়ালৰ সৈতে বাংগালুৰুলৈ যোৱা নিলয় দত্ত নিশা হৃদৰোগত আক্ৰান্ত হৈছিল৷

অসম ৰাজ্যিক আইন আয়োগৰ সদস্য, অৰুণাচল প্ৰদেশ চৰকাৰৰ মহাধিবক্তা, সুদক্ষ ক্ৰিকেট আম্পায়াৰ নিলয় দত্তৰ আকস্মিক বিয়োগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গভীৰ শোক প্ৰকাশ

লগতে পঢ়ক চিকিৎসকৰ সম্পৰ্কে বিৰূপ মন্তব্য কৰি বিপদত আঙুৰলতা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply