গুৱাহাটী: চন্দ্ৰপুৰৰ পানীখাইতিত উদ্ধাৰ এটা মৃত নাহৰফুটুকী ।
পানীখাইতিৰ ৰাজবাৰী অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ পানীত ওপঙি আছে মৃত নাহৰফুটুকী বাঘটো ।
পানীখাইতিত ব্ৰহ্মপুত্ৰ নৈৰ পানীৰ যুৱলীত উদ্ধাৰ হৈছে মৃত নাহৰফুটুকীটো ।
প্ৰকাণ্ড নাহৰফুটুকীটো চোৰাং চিকাৰীয়ে হত্যা কৰি ব্ৰহ্মপুত্ৰ নৈত পেলাই দিয়াৰ সন্দেহ ।
মৃত নাহৰফুটুকীটো হত্যা কৰি দাঁত, নখ, নোম আদি কোনো দুৰ্বৃত্তই লৈ যোৱাৰ সন্দেহ ।
প্রত্যক্ষদৰ্শীয়ে সন্দেহ কৰা মতে তিনি চাৰি দিন পূৰ্বে হত্যা কৰা হৈছে নাহৰফুটুকীটোক । বন বিভাগৰ লোক এতিয়ালৈকে উপস্থিত হোৱা নাই বাঘটো উদ্ধাৰ হোৱা স্থলীত।

লগতে পঢ়ক- চুৰি লেপটপসহ দুটা চোৰক গ্ৰেপ্তাৰ কৰিলে যোৰাবাট আৰক্ষীয়ে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply