নিউজ ডেস্ক : মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাসহ ১১ জন বিধায়কৰ তৃণমূল কংগ্ৰেছত যোগদান। মেঘালয়ত ১১ জন কংগ্ৰেছ বিধায়কক লৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিৰোধী দলপতি মুকুল চাংমাই যোগদান কৰিব তৃণমূল কংগ্ৰেছত।

পিটিআইৰ খবৰ অনুসৰি মেঘালয়ৰ ১১ জন কংগ্ৰেছ বিধায়কে তৃণমূল কংগ্ৰেছত যোগদান কৰিব। আজি তৃণমূল কংগ্ৰেছত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাসহ ১১ জন বিধায়ক। প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাসহ ১১ জন বিধায়ক তৃণমূল কংগ্ৰেছত যোগদান কৰিলে তৃণমূল কংগ্ৰেছ হৈ পৰিব মেঘালয়ৰ বিৰোধী দল।

লগতে পঢ়ক : বিশিষ্ট কবি সনন্ত তাঁতিৰ দেহাৱসান

কংগ্ৰেছৰ ১৭ জন বিধায়কৰ ভিতৰত ১২ জনেই তৃণমূল কংগ্ৰেছত যোগদান কৰাকলৈ মেঘালয়ৰ ৰাজনীতি গৰম হৈ পৰিছে। ইতিমধ্যে যোৱা বুধবাৰে ১১ গৰাকী বিধায়কে দাখিল কৰিছে পদত্যাদ পত্ৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply