Posted inদেশ-বিদেশ

ক’ভিড বিৰোধী যুঁজৰ বাবে ১১ কোটি টকা সংগ্ৰহ বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাৰ

অভিনেত্ৰী অনুষ্কা শৰ্মা আৰু তেওঁৰ স্বামী তথা ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে ভাৰতত ক’ভিড বিৰোধী যুঁজৰ বাবে ১১ কোটি টকাতকৈ অধিক বৰঙণি সংগ্ৰহ কৰিছে। যোৱা ৭ মে’ত অনুষ্কা আৰু বিৰাটে ক্ৰাউড-ফাণ্ডিং প্লেটফ’ৰ্ম ‘Ketto’ৰ জৰিয়তে এই ক’ভিড বিৰোধী যুঁজত সহায়ৰ বাবে বৰঙণি সংগ্ৰহৰ অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল। উল্লেখযোগ্য যে তাৰকাদ্বয়ে নিজৰ ফালৰ পৰা […]