Posted inঅসম

অসমত উত্তৰ-পূবৰ ভিতৰত আৰক্ষীৰ জিম্মা আৰু এনকাউন্টাৰত মৃত্যুৰ সংখ্যা সৰ্বাধিক

নিউজ ডেস্ক: ২০২০ চনৰ এপ্ৰিলৰ পৰা ২০২২ চনৰ মাৰ্চলৈকে অসমত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ভিতৰত সৰ্বাধিক সংখ্যক লোক আৰক্ষীৰ জিম্মাত তথা এনকাউন্টাৰত নিহত হৈছে। অলপতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এক তথ্যত এই কথা প্ৰকাশ পাইছে। সাংসদ ড০ আব্দুচামাদ চামাণ্ডিৰ এক প্ৰশ্নৰ উত্তৰত গৃহ মন্ত্ৰালয়ে উত্তৰ-পূবত আৰক্ষীৰ জিম্মাত আৰু এনকাউন্টাৰত হোৱা মৃত্যুৰ তথ্য এনেধৰণৰ – অসমত ৪১ জন লোক […]