Posted inNews

বোকাখাতত জলসম্পদ বিভাগৰ গুদামত নষ্ট ৫০০ কুইন্টল চাউল; তদন্তৰ দাবী নিখিল ভাৰত কৃষক সভাৰ

বোকাখাত, উত্তম কুমাৰ শৰ্মা: বোকাখাতত বানাক্ৰান্তৰ বাবে অহা চাউলৰ বৃহৎ কেলেংকাৰীৰ উচিত তদন্তৰ দাবীত নিখিল ভাৰত কৃষৰ সভাই জিলা উপাযুক্তলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে। সাংবাদিকৰ অনুসন্ধানত বোকাখাতত মহকুমা প্ৰশাসনৰ চূড়ান্ত দ্বায়িত্বহীনতাৰ বাবে জলসম্পদ বিভাগৰ গুদামত ৫০০ কুইন্টল চাউল নষ্ট হোৱা ঘটনা পোহৰলৈ অহাৰ পিছতে সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সমগ্ৰ কাণ্ডৰ উচিত তদন্তৰ লগতে দ্বায়িত্বত নিয়োজিত […]