Posted inNews

দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হ’ব এগৰাকী মুছলমান!

২৫ জুলাইত বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল উকলি যাব। তাৰ পূৰ্বে দেশত ৰাষ্ট্ৰপতিৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। তাৰ বাবে নিৰ্বাচন আয়োগে তাৰিখো ঘোষণা কৰিছে। ১৮ জুলাইত ভোটগ্ৰহণ, ২১ জুলাইত গণনা। ইয়াৰ পিছত ভাৰতৰ ষষ্ঠদশ ৰাষ্ট্ৰপতি কোন বুলি সুধিলে আপুনি হয়তো লিখিব লাগিব বা ক’ব লাগিব এগৰাকী খানৰ নাম। ইতিমধ্যে ৰাজনৈতিক মহলত, সামাজিক মাধ্যমত ইয়াক লৈ গুণা-গথা […]