Posted inদেশ-বিদেশ

সলনি হ’ব ভাৰতীয় সৈন্যবাহিনী খাদ্যৰ তালিকা

নিউজ ডেস্কঃ প্ৰায় ৫০ বছৰৰ পিছত সলনি হ’বলৈ গৈ আছে ভাৰতীয় সেনাবাহিনীৰ খাদ্যৰ তালিকা। চলিত বৰ্ষৰ পহিলা এপ্ৰিলৰ পৰা ভাৰতীয় সেন্যবাহিনীৰ খাদ্যৰ তালিকাত কিছু সাল-সলনি কৰা হৈছে । এতিয়াৰে পৰা খাদ্যৰ তালিকাত ২৫ শতাংশ মিলেট অন্তৰ্ভুক্ত কৰা হৈছে। এই মিলেটত আছে বজ্ৰা, জোৱাৰ আৰু ৰাগি। বাকী ৭৫ শতাংশ খাদ্যত আটা আৰু চাউল হিচাপে থাকিব। খাদ্যৰ […]