Posted inইষ্ট ম'জ' বিশেষ

ৰাষ্ট্ৰসংঘৰ সন্মিলনত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে অসমৰ এইজন যুৱকে

শিলচৰ: বৰাক উপত্যকাৰ এগৰাকী ২৫ বছৰীয়া যুৱকে ৰাষ্ট্ৰসংঘৰ এক বিশেষ সন্মিলনত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। অহা ২৭ মে’ৰ পৰা ৩০ মে’লৈ ডুবাইত অনুষ্ঠিত হ’বলগীয়া Best Diplomats United Nations Simulation Conference –ত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হোৱা নৃপেন্দ্ৰ দাস কৰিমগঞ্জ জিলাৰ সোন বিলৰ ফাকুৱা গাঁৱৰ নিৱাসী। ইয়াৰ পূৰ্বেও দাসে ২০১৯ চনত ইণ্ডোনেচিয়াৰ বালিত […]