Posted inকলা-সংস্কৃতি/মনোৰঞ্জন

”Manike Mage Hithe”খ্যাত শ্ৰীলংকাৰ গায়িকা য়োহানীৰ বলীউডত আত্মপ্ৰকাশ

নিউজ ডেস্কঃ বৰ্তমান সময়ত ছ’চিয়েল মিডিয়াৰ অতিকৈ জনপ্ৰিয় গীত ”মানিকে মাগে হিথে”। এই গীতটি গাই ৰাতিটোৰ ভিতৰতে বিশ্বজুৰি জনপ্ৰিয়তা অৰ্জন কৰা শ্ৰীলংকাৰ গায়িকা য়োহানীয়ে এতিয়া বলীউডত নিজৰ দক্ষতা প্ৰদৰ্শন কৰাৰ সুযোগ পাইছে। তেওঁৰ এই বিখ্যাত গানটো ইউটিউবত ১৬০ মিলিয়নতকৈও অধিক লোকে প্রত্যক্ষ কৰিছে। শ্ৰীলংকাৰ য়োহনীয়ে এই গীতটোৰ এইবাৰ হিন্দী সংস্কৰণ গাব । গীতটো অজয় দেৱগনৰ […]