জামুগুৰিহাটঃ দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে অন্তিম প্ৰস্তুতি চলাইছে জামুগুৰিহাটৰ দ্বাদশ অসম আৰক্ষীৰ জোৱানসকলে।

দ্বাদশ অসম আৰক্ষী বাহিনীৰ খেলপথাৰত অসম আৰক্ষীৰ জোৱানসকলে আজি পুৱাৰ পৰাই চুড়ান্ত প্ৰস্তুতিত অংশ লৈছে ।

লগতে পঢ়কঃস্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অভয়াপুৰীত কটকটীয়া নিৰাপত্তা বেষ্টনি

অৱশ্যে এইবাৰো কোভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অনুষ্টুপীয়াকৈ পালন কৰা হ’ব স্বাধীনতা দিৱস।

দিনজোৰা কাৰ্যসূচীৰ বিপৰীতে মাত্ৰ দুটামান কাৰ্যসূচী অনুষ্ঠিত কৰিয়েই স্বাধীনতা দিৱসৰ কাৰ্যসূচী অন্ত পেলাব বুলি জানিবলৈ দিছে আৰক্ষী বাহিনীৰ বিষয়া সকলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply