জামুগুৰিহাটঃ শোণিতপুৰৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত এৰালিলগা বন্যহস্তীৰ তাণ্ডৱ।

এৰালিলগা, গড়মৰা , মোলানপুখুৰী , দোৱাঙনীকে ধৰি বৃহত্তৰ এই অঞ্চলত বিগত পোন্ধৰদিন দিন ধৰি এটা অকলশৰীয়া বন্যহস্তীয়ে উপদ্ৰৱ চলাই আছে।

লগতে পঢ়কঃঅসম-মিজোৰাম সীমান্তত মিজোৰ উপদ্ৰব চলিয়েই আছে

হাতীটোৱে গঞা ৰাইজৰ ৰোৱনি পথাৰ গচকি অনিষ্ট সাধন কৰে।

অৱশেষত নামেৰী বন্যপ্ৰাণী সংমণ্ডল আৰু চাৰিদুৱাৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ বনকৰ্মীৰ দলে ৰাইজৰ সহযোগত হাতীটো পাহাৰলৈ খেদি পঠিয়াবলৈ সক্ষম হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply