কামপুৰঃ কামপুৰৰ কচুৱা থানাৰ অন্তৰ্গত শিঙিমাৰী বজাৰত নকল সোণ সহ আটক তিনিজন।

স্থানীয় গাঁওৰক্ষী বাহিনীয়ে আটক কৰে লোক কেইজনক।

আটকাধীন লোককেইজনৰ পৰা উদ্ধাৰ দুই কেজি এশ গ্ৰাম নকল সোণ।

লগতে পঢ়কঃখোৱাঙত কভিড আতংক,দুখনকৈ বিদ্যালয় বন্ধ ঘোষণা

আটক কৰা লোক কেইজন বিহাৰৰ ঝাৰবান জিলাৰ ধৰ্মেন্দ্ৰ প্ৰজাপত(৩৫), ৰামলাল প্ৰজাপত (৩৫)আৰু মোনা দেবী।

দীৰ্ঘদিন ধৰি কচুৱা থানাৰ বিভিন্ন এলেকাত নকল সোণৰ ব্যৱসায় চলাই গৈছিল লোক কেইজনে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply