কাজিৰঙাঃ কাজিৰঙাত সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত হয় দুজন।


কাজিৰঙাৰ কঁহৰা আৰক্ষী থানাৰ অন্তৰ্গত ৰঙাজানত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুৰ্ঘটনাটো।

লোহাৰ পাইপ কঢ়িয়াই অনা এখন ট্ৰাকৰ পাছফালৰ পৰা আন এখন ট্ৰাকে খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো।

আৰু পঢ়কঃগোৰেশ্বৰৰ এগৰাকী যুৱকৰ প্ৰশংসনীয় পদক্ষেপ

এই দুৰ্ঘটনাত থিতাতে নিহত হয় পাছ ফালৰ পৰা অহা ট্ৰাকখনৰ দুই আৰোহী।

দুৰ্ঘটনাগ্ৰস্ত ট্ৰাক দুখনৰ নম্বৰ এএছ০১ জিচি ৯৫৩৫ আৰু এনএল০১ জি ৭৪৮০।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply